অসম

কাজিৰঙা দুৰ্ঘটনা: ট্ৰেভেলাৰ ভুল লেনত অহাৰ অভিযোগ ট্ৰাকচালকৰ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

মাৰাত্মক কাজিৰঙা দুৰ্ঘটনাত ট্ৰেভেলাৰখন ভুল লেনত তীব্ৰ বেগে আহি ট্ৰাকখনত খুন্দা মাৰিছিল বুলি ট্ৰাকচালকজনে অভিযোগ কৰিছে।

২ / ৫

কাজিৰঙাত সংঘটিত মাৰাত্মক পথ দুৰ্ঘটনাক লৈ ট্ৰাকচালকজনে অভিযোগ কৰিছে যে, ট্ৰেভেলাৰখন ভুল লেনত তীব্ৰ বেগে আহি ট্ৰাকখনত সন্মুখৰ পৰা খুন্দা মাৰিছিল।

৩ / ৫

ট্ৰাকচালকজনৰ ভাষ্য অনুসৰি, তেওঁ তেজপুৰৰ পৰা আহি নিজৰ লেনতে গাড়ী চলাই আছিল।

৪ / ৫

সেই সময়তে ট্ৰেভেলাৰখন হঠাতে ভুল লেনত তেওঁৰ ফালে আহি ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে বুলি তেওঁ কয়।

৫ / ৫

সংঘৰ্ষত ট্ৰাকচালকজনৰ হাততো আঘাত লাগে।

কাজিৰঙা দুৰ্ঘটনা: ট্ৰেভেলাৰ ভুল লেনত অহাৰ অভিযোগ ট্ৰাকচালকৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক