উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰৰ ‘এনী কুকি ট্ৰাইবছ’ নাম বাদ দিয়াৰ কথিত প্ৰস্তাৱৰ তথ্য প্ৰকাশত অস্বীকাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

মণিপুৰৰ অনুসূচিত জনজাতিৰ তালিকাসংক্ৰান্তীয় কথিত প্ৰস্তাৱৰ তথ্য প্ৰকাশ কৰিলে আন্তঃসম্প্ৰদায়িক উত্তেজনা বাঢ়িব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰালয়ে আশংকা প্ৰকাশ কৰিছে।

২ / ৫

নতুন দিল্লী, ১৩ নৱেম্বৰ: মণিপুৰৰ অনুসূচিত জনজাতিৰ তালিকাৰ পৰা ‘এনী কুকি ট্ৰাইবছ’ নামটো বাদ দিয়াৰ কথিত প্ৰস্তাৱ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে অস্বীকাৰ…

৩ / ৫

কেন্দ্ৰীয় তথ্য আয়ুক্ত অশুতোষ চতুৰ্বেদীয়ে মন্ত্ৰালয়ৰ এই স্থিতি বহাল ৰাখিছে।

৪ / ৫

হাওকিপে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত জানিব বিচাৰিছিল যে, মণিপুৰ চৰকাৰৰ কথিত প্ৰস্তাৱখন মন্ত্ৰালয়ে লাভ কৰিছিল নে নাই।

৫ / ৫

প্ৰস্তাৱখনৰ ওপৰত কি পদক্ষেপ লোৱা হৈছে আৰু ভাৰতৰ মহাপঞ্জীয়ক তথা অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগলৈ সন্মতিৰ বাবে পঠোৱা হৈছে নে নাই, সেই বিষয়েও আবেদনখনত উল্লেখ কৰা হৈছিল।

মণিপুৰৰ ‘এনী কুকি ট্ৰাইবছ’ নাম বাদ দিয়াৰ কথিত প্ৰস্তাৱৰ তথ্য প্ৰকাশত অস্বীকাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক