অসম

কাজিৰঙা দুৰ্ঘটনাত নিহত ২৩জনৰ পৰিয়ালৰ দায়িত্ব লওক চৰকাৰে: লুৰীণজ্যোতি

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙাজান পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক শীঘ্ৰে উন্নত চিকিৎসা দিয়াৰ লগতে নিহত ২৩জনৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ দাবী এজেপিৰ।

২ / ৫

কাজিৰঙা: ৰঙাজানৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকসকলক শীঘ্ৰে উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে নিহত ২৩জনৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল'ব লাগে বুলি দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি…

৩ / ৫

দুৰ্ঘটনাটোক অত্যন্ত মৰ্মান্তিক ঘটনা আখ্যা দি গগৈয়ে কয় যে, এতিয়ালৈ ২০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু বিশেষকৈ বহু ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে।

৪ / ৫

পথ সুৰক্ষাৰ বিষয়টোকো গুৰুত্বসহকাৰে উত্থাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, বহুদিন ধৰি এই বিষয়ত আলোচনা চলি আহিছে যদিও গতি-সীমা নিৰ্ধাৰিত অঞ্চলসমূহতো পথ সুৰক্ষা কেনেদৰে নিশ্চিত…

৫ / ৫

মানুহৰ জীৱন আৰু ভৱিষ্যৎ ঘাইপথৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি তেওঁ ঘাইপথৰ সঠিক ৰক্ষণাবেক্ষণৰ দাবী জনায়।

কাজিৰঙা দুৰ্ঘটনাত নিহত ২৩জনৰ পৰিয়ালৰ দায়িত্ব লওক চৰকাৰে: লুৰীণজ্যোতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক