প্ৰস্তাৱিত অন্তৱৰ্তী বাণিজ্যচুক্তিখন চলিত আৰ্থিক বৰ্ষৰ ভিতৰতে চূড়ান্ত কৰাৰ লক্ষ্যৰে ভাৰত আৰু আমেৰিকাই আলোচনা আগবঢ়াইছে।
ভাৰত আৰু আমেৰিকাৰ প্ৰস্তাৱিত অন্তৱৰ্তী বাণিজ্যচুক্তিৰ আলোচনাত যথেষ্ট অগ্ৰগতি হৈছে।
দুয়োখন দেশে চলিত আৰ্থিক বৰ্ষ শেষ হোৱাৰ আগতেই চুক্তিখন চূড়ান্ত কৰাৰ লক্ষ্যৰে কাম কৰি আছে।
ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যৌথ বিবৃতিত পাৰস্পৰিক স্বাৰ্থ-সংশ্লিষ্ট খণ্ডসমূহত দুয়োদেশে অগ্ৰাধিকাৰৰ ভিত্তিত বজাৰত প্ৰৱেশৰ সুবিধা দিয়াৰ…
ফেব্ৰুৱাৰীৰ যৌথ বিবৃতিৰ পাছত আমেৰিকাই ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, পাকিস্তান আৰু শ্ৰীলংকাৰ ওপৰত অতিৰিক্ত ১০ শতাংশ ‘ফৰ্চড লেবাৰ’ শুল্ক আৰোপ কৰিছে।
newznow.in