প্ৰধান শিক্ষয়িত্ৰী আৰু কেৰাণীৰ গাফিলতিত ৪০ গৰাকী শিক্ষাৰ্থী মেট্ৰিকৰ পঞ্জীয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।
সূতাৰগাঁও, ১৩ নৱেম্বৰ: সূতাৰগাঁও পাব্লিক হাইস্কুলত প্ৰধান শিক্ষয়িত্ৰী ফিৰুজা খাতুন, কেৰাণী গুলজাৰ হুছেইন আৰু কেইজনমান সহশিক্ষকৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ তদন্ত কৰিবলৈ নগাঁও জিলা…
শিক্ষাৰ্থী আৰু অভিভাৱকসকলে পৰিদৰ্শকগৰাকীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে।
মেট্ৰিক পৰীক্ষা কেন্দ্ৰ স্থানান্তৰৰ নামত শিক্ষাৰ্থীসকলৰ পৰা ৫০০ টকাৰ পৰা ১,০০০ টকালৈকে ধন লোৱা হৈছিল বুলিও অভিযোগ উঠিছে।
দিগন্ত কাশ্যপ নামৰ এজন শিক্ষক মাহত মাত্ৰ এদিন বা দুদিন বিদ্যালয়ত উপস্থিত থাকিলেও ৰেজিষ্টাৰ বহীত নিয়মীয়াকৈ স্বাক্ষৰ থাকে বুলিও অভিযোগ কৰা হৈছে।
newznow.in