দেশ

প্ৰধানমন্ত্ৰীৰ জিগানী ভ্ৰমণৰ বাবেই গাঁৱে গাঁৱে মাংস বিক্ৰী বন্ধ! ভ্ৰমণক কেন্দ্ৰ কৰি কৰ্ণাটকত বিতৰ্ক।

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ অৱতৰণৰ বাবে মাংসৰ দোকানত তলা!

২ / ৫

বেংগালুৰু, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জিগানী ভ্ৰমণৰ পূৰ্বে বেংগালুৰু নগৰ জিলাৰ জিগানীৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত মাংস বিক্ৰী নিষিদ্ধ কৰি জাৰি কৰা নিৰ্দেশক লৈ নাগৰিক আৰু…

৩ / ৫

বেংগালুৰু নগৰ জিলাৰ উপায়ুক্ত পি এছ কন্থাৰাজুৱে ১০ নৱেম্বৰত জাৰি কৰা নিৰ্দেশ অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ বিয়লি ৪ বজালৈ সকলো কসাইৰ দোকান বন্ধ ৰাখিবলৈ কোৱা হৈছিল।

৪ / ৫

বেংগালুৰু গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত এম ভিয়ে মাংস বিক্ৰী বন্ধ কৰাৰ প্ৰস্তাৱ দিছিল।

৫ / ৫

শুকুৰবাৰে আৰক্ষীয়ে জনায় যে, কসাইৰ দোকানৰ আশে-পাশে শগুণ আদি চৰাইৰ সমাগম ৰোধ কৰাই আছিল এই নিষেধাজ্ঞাৰ মূল উদ্দেশ্য।

প্ৰধানমন্ত্ৰীৰ জিগানী ভ্ৰমণৰ বাবেই গাঁৱে গাঁৱে মাংস বিক্ৰী বন্ধ! ভ্ৰমণক কেন্দ্ৰ কৰি কৰ্ণাটকত বিতৰ্ক।

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক