ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল সীমান্ত সুৰক্ষাত সীমাবদ্ধ নহয় বুলি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত কয় গজৰাজ ক'ৰ্পছৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লাই।
আজাৰা: ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল দেশৰ সীমান্ত সুৰক্ষাৰ বিষয় নহয়; আভ্যন্তৰীণ স্থিতিশীলতা, সামাজিক সম্প্ৰীতি আৰু নাগৰিকৰ সামূহিক অংশগ্ৰহণৰ ওপৰতো ই নিৰ্ভৰশীল বুলি মন্তব্য কৰে গজৰাজ ক'ৰ্পছৰ…
শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত ‘উত্তৰ-পূব ভাৰতৰ বিশেষ প্ৰসংগেৰে ৰাষ্ট্ৰীয় নিৰাপত্তা অনুধাৱন’ শীৰ্ষক বিষয়ত ভাষণ দি এভিএছএম, এছএম সন্মানপ্ৰাপ্ত সেনা…
ৰাষ্ট্ৰীয় ঐক্য আৰু সামাজিক সংহতিৰ গুৰুত্বৰ কথা উল্লেখ কৰি লেফটেনেণ্ট জেনেৰেল শুক্লাই কয় যে, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্য পূৰণৰ বাবে এই দুয়োটা দিশ অপৰিহাৰ্য।
শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয় যে, দেশপ্ৰেম কেৱল সীমান্তত কৰ্তব্যৰত সশস্ত্ৰ বাহিনীৰ সদস্যসকলৰ ত্যাগ আৰু নিষ্ঠাতেই প্ৰকাশ নাপায়; ৰাষ্ট্ৰ গঠনৰ বাবে নাগৰিকৰ দৈনন্দিন অৱদানতো ই প্ৰতিফলিত…
newznow.in