অসম

একেলগে জ্বলিব তিনি ভগ্নীৰ চিতা, কাজিৰঙাৰ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যাৰ প্ৰাণ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ জ্যোতি মাঝি, দৰ্পণা মাঝি আৰু লক্ষ্মী মাঝিৰ মৃত্যু হৈছে।

২ / ৫

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকী কন্যাৰ মৃত্যু হৈছে।

৩ / ৫

জ্যোতি মাঝি আৰু দৰ্পণা মাঝিয়ে দুৰ্ঘটনাস্থলীতে প্ৰাণ হেৰুৱাইছিল।

৪ / ৫

তিনিওগৰাকী কন্যাৰ শেষকৃত্য আজি একেলগে সম্পন্ন কৰা হ'ব।

৫ / ৫

শুকুৰবাৰে সংঘটিত এই দুৰ্ঘটনাত বৰ্তমানলৈকে ২৬গৰাকী লোকৰ মৃত্যু হৈছে।

একেলগে জ্বলিব তিনি ভগ্নীৰ চিতা, কাজিৰঙাৰ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যাৰ প্ৰাণ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক