অসম

কাজিৰঙা দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৯ লাখ টকাকৈ সাহায্য

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ পৰিয়াললৈ ৯ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ঘটনাস্থলী পৰিদৰ্শন কৰি নিহতসকলৰ পৰিয়াললৈ মুঠ ৯ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব…

৩ / ৫

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকা, ৰাজ্য চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ প্ৰতিগৰাকী নিহতৰ পৰিয়ালে লাভ…

৪ / ৫

দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা শীঘ্ৰে সম্পন্ন কৰাৰ বাবে গুৱাহাটী আৰু আন চিকিৎসালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসক ঘটনাস্থলীলৈ অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

৫ / ৫

আহতসকলৰ ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে।

কাজিৰঙা দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৯ লাখ টকাকৈ সাহায্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক