অসম

কাজিৰঙা দুৰ্ঘটনা: চালকৰ ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ৰঙাজানৰ ট্ৰেভেলাৰ দুৰ্ঘটনাত চালকজনৰ স্বাস্থ্যজনিত সমস্যা আছিল নেকি, সেয়া তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

২ / ৫

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায়।

৩ / ৫

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দুৰ্ঘটনাৰ সময়ত ট্ৰেভেলাৰখন ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক বেগত চলি আছিল।

৪ / ৫

তেওঁৰ মতে, দুৰ্ঘটনাৰ ভিডিঅ’ত ট্ৰেভেলাৰখন পোনে পোনে আহি নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা দেখা গৈছে।

৫ / ৫

চিকিৎসক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও প্ৰাথমিক পৰ্যবেক্ষণৰ ভিত্তিত চালকজনৰ হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়।

কাজিৰঙা দুৰ্ঘটনা: চালকৰ ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক