উত্তৰ-পূৰ্বাঞ্চল

আটকাধীনৰ মুক্তি আৰু গোচৰ প্ৰত্যাহাৰ; চিয়াং বান্ধ সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাৰ বাবে আদি সংগঠনৰ ৪ চৰ্ত

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত চিয়াং বান্ধ প্ৰকল্পক লৈ চৰকাৰৰ সৈতে আলোচনাৰ পূৰ্বে চাৰিটা চৰ্ত বান্ধি দিছে আদি বা কেবাং ইউনাইটেডে।

২ / ৫

১৪ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত চিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP)ক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত বহাৰ পূৰ্বে চাৰিটা চৰ্ত বান্ধি দিছে আদিবাসী সংগঠন আদি বা কেবাং ইউনাইটেডে (ABKU)।

৩ / ৫

শুকুৰবাৰে ABKUৰ সভাপতি ডি জি তামুক আৰু সাধাৰণ সম্পাদক জিৰবো জামোহে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

৪ / ৫

সংগঠনটোৱে চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ ইচ্ছা প্ৰকাশ কৰিলেও প্ৰথমে ৪৮ ঘণ্টাৰ ভিতৰত দাবীসমূহ পূৰণ কৰাৰ চৰ্ত দিছে।

৫ / ৫

সংগঠনটোৰ সভাপতি ডি জি তামুকে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে দাবীসমূহ পূৰণ নকৰালৈকে আলোচনাৰ প্ৰশ্নই নুঠে।

আটকাধীনৰ মুক্তি আৰু গোচৰ প্ৰত্যাহাৰ; চিয়াং বান্ধ সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাৰ বাবে আদি সংগঠনৰ ৪ চৰ্ত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক