অসম

ৰঙাজানৰ দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ পাইছে।

২ / ৫

কাজিৰঙা: ৰঙাজানত সংঘটিত দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ পাইছে।

৩ / ৫

নিহতসকল হ'ল বেবী কৰ্মকাৰ, দৰ্পণা মাঝি, জ্যোতি মাঝি, লক্ষ্মী মাঝি, পূৰ্ণিমা গোৱালা, অনুৰাগ গোৱালা, ৰঞ্জিতা খাটোৱাৰ, সুনীল ভূমিজ, সুজাতা ভাৰ্তী আৰু জয়ন্তী ৰবিদাস।

৪ / ৫

আন নিহতসকল হ'ল দীপাঞ্জলি বৰফুকনী, ডামিনী ঘাটোৱাৰ, গংগা গোৱালা, ফাইজুল ইছলাম, আব্দুল ৰহিদ আলী, সুভাষ দাস, আব্দুল মজিদ, ফাৰুক আহমেদ, মীনা মিজাৰ আৰু গোলাপী বেগম।

৫ / ৫

ইয়াৰ উপৰি ফাৰহানা ইয়াছমিন, মহম্মদ আলী, অসীম ফুকন, দীপক গুৰুং, ৰফিক আলী আৰু ফাজ্জাকিৰ আলমো দুৰ্ঘটনাটোত নিহত হয়।

ৰঙাজানৰ দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক