কাজিৰঙা: ৰঙাজানত সংঘটিত দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ পাইছে।
নিহতসকল হ'ল বেবী কৰ্মকাৰ, দৰ্পণা মাঝি, জ্যোতি মাঝি, লক্ষ্মী মাঝি, পূৰ্ণিমা গোৱালা, অনুৰাগ গোৱালা, ৰঞ্জিতা খাটোৱাৰ, সুনীল ভূমিজ, সুজাতা ভাৰ্তী আৰু জয়ন্তী ৰবিদাস।
আন নিহতসকল হ'ল দীপাঞ্জলি বৰফুকনী, ডামিনী ঘাটোৱাৰ, গংগা গোৱালা, ফাইজুল ইছলাম, আব্দুল ৰহিদ আলী, সুভাষ দাস, আব্দুল মজিদ, ফাৰুক আহমেদ, মীনা মিজাৰ আৰু গোলাপী বেগম।
ইয়াৰ উপৰি ফাৰহানা ইয়াছমিন, মহম্মদ আলী, অসীম ফুকন, দীপক গুৰুং, ৰফিক আলী আৰু ফাজ্জাকিৰ আলমো দুৰ্ঘটনাটোত নিহত হয়।