অসম

এপ্ৰিলত মুকলি হ'ব বিশ্বনাথ ঘাট-উমাটুমনি ৰ'পৱে

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰায় ৫৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণাধীন ৪৪৬ মিটাৰ দৈৰ্ঘ্যৰ বিশ্বনাথ ঘাট-উমাটুমনি ৰ'পৱে অহা এপ্ৰিলত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

২ / ৫

বিশ্বনাথ, ১৪ নৱেম্বৰ: বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত ঐতিহাসিক উমাটুমনি নদীদ্বীপলৈ নিৰ্মাণাধীন ৰ'পৱে প্ৰকল্প অহা এপ্ৰিল মাহত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে…

৩ / ৫

শনিবাৰে বিশ্বনাথ ঘাটত উপস্থিত হৈ ৰ'পৱে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰিদৰ্শন কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে।

৪ / ৫

ইফালে, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অনুমোদনৰ বাবে অহা জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে আবেদন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।

৫ / ৫

জিলাখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰাৰ লক্ষ্যৰে বিশ্বনাথত আন্তঃৰাজ্যিক বাছ আস্থান নিৰ্মাণৰ সম্ভাৱনাৰ কথাও তেওঁ উল্লেখ কৰে।

এপ্ৰিলত মুকলি হ'ব বিশ্বনাথ ঘাট-উমাটুমনি ৰ'পৱে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক