অসম

দেৰগাঁৱৰ জীয়েকৰ ঘৰৰ পৰা ঘৰলৈ বুলি উঠা ট্ৰেভেলাৰখনেই হৈ পৰিল শেষ যাত্ৰাৰ বাহন

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নগাঁৱৰ অসীম ফুকনৰ মৃতদেহ গোলাঘাট চিকিৎসালয়ত চিনাক্ত কৰে কন্যা আৰু জোঁৱায়েকে।

২ / ৫

গোলাঘাট, ১৪ নৱেম্বৰ: কাজিৰঙাৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নগাঁৱৰ অসীম ফুকনৰ মৃতদেহ গোলাঘাট চিকিৎসালয়ত চিনাক্ত কৰে তেওঁৰ কন্যা আৰু জোঁৱায়েকে।

৩ / ৫

জানিব পৰা মতে, অসীম ফুকন দেৰগাঁৱত থকা জীয়েকৰ ঘৰলৈ আহিছিল।

৪ / ৫

কিন্তু কাজিৰঙাত সংঘটিত পথ দুৰ্ঘটনাত সেই ট্ৰেভেলাৰখনেই তেওঁৰ শেষ যাত্ৰাৰ বাহনত পৰিণত হয়।

৫ / ৫

পিতৃৰ সৈতে যোগাযোগ কৰিব নোৱাৰি পৰিয়ালৰ লোকে বোকাখাত আৰু যোৰহাটকে ধৰি বিভিন্ন স্থানত বিচাৰ-খোচাৰ আৰম্ভ কৰে।

দেৰগাঁৱৰ জীয়েকৰ ঘৰৰ পৰা ঘৰলৈ বুলি উঠা ট্ৰেভেলাৰখনেই হৈ পৰিল শেষ যাত্ৰাৰ বাহন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক