অসম

কাজিৰঙা দুৰ্ঘটনাৰ ৭জন আহতৰ অৱস্থা সংকটজনক, ৫জন ভেণ্টিলেটৰত

NewzNow · ১৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাত আহত ১৭জনৰ ভিতৰত ৭জন যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন।

২ / ৫

যোৰহাট, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত আহতসকলৰ ভিতৰত ৭জনৰ অৱস্থা এতিয়াও সংকটজনক।

৩ / ৫

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱজ্যোতি গোহাঁয়ে শনিবাৰে জনোৱা মতে, দুৰ্ঘটনাৰ পাছত মুঠ ২০জন আহতক চিকিৎসালয়খনলৈ অনা হৈছিল।

৪ / ৫

চিকিৎসাধীন ১৭জনৰ ভিতৰত ৭জন আই চি ইউত আছে আৰু তেওঁলোকৰ অৱস্থা অতি সংকটজনক।

৫ / ৫

শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা হৃদযন্ত্ৰ আৰু বক্ষ শল্যচিকিৎসা বিভাগৰ লগতে স্নায়ু শল্যচিকিৎসা বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়।

কাজিৰঙা দুৰ্ঘটনাৰ ৭জন আহতৰ অৱস্থা সংকটজনক, ৫জন ভেণ্টিলেটৰত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক