কপ-৩১ সন্মিলনত মুকলি মাইক্ৰ’ফোনত ধৰা পৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ আৰু মন্ত্ৰী ক্ৰিছ ব’ৱেনৰ ব্যক্তিগত ধেমালি।
এণ্টালিয়া, ১৪ নৱেম্বৰ: তুৰস্কৰ এণ্টালিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন কপ-৩১ত মুকলি মাইক্ৰ’ফোনত ধৰা পৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ আৰু দেশখনৰ জলবায়ু…
এখন বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে দুয়োগৰাকী নেতাই ব্যক্তিগত অংগ আৰু ম’বাইল ফোনৰ ব্যৱহাৰক লৈ কথা পাতি আছিল।
এলবানিজে ব’ৱেনক বুকুৰ জেপত ম’বাইল ফোন নাৰাখিবলৈ পৰামৰ্শ দিয়ে।
ব’ৱেনে বুকুৰ জেপতকৈ পেণ্টৰ জেপত ফোন ৰখাক লৈহে অধিক চিন্তিত বুলি কোৱাৰ পাছত এলবানিজে এই মন্তব্য কৰে।
newznow.in