অসম

সীতাজখলা দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়নৰ ৬৯সংখ্যক বৰ্ষ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ পৃষ্ঠপোষকতাত বৰখাল অনুসূচিত জাতি মইনা পাৰিজাতৰ শুভ উদ্বোধন কৰা হয়।

২ / ৫

জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে এইবেলি পঞ্জীয়নৰ ৬৯সংখ্যক বৰ্ষ উদ্‌যাপন কৰিছে।

৩ / ৫

শিশু দিৱস আৰু সীতাজখলাৰ এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি সমিতিখনৰ পৃষ্ঠপোষকতাত পঞ্চমখন মইনা পাৰিজাত উদ্বোধন কৰা হয়।

৪ / ৫

উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে শ্ৰেণীকোঠাও মুকলি কৰে।

৫ / ৫

দেশৰ ভৱিষ্যৎ শিশুসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু সাংস্কৃতিক আদি দিশত উৎকৰ্ষ সাধনৰ লক্ষ্যৰে সমিতিখনে লোৱা পদক্ষেপক উপস্থিত সকলোৱে শলাগ লয়।

সীতাজখলা দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়নৰ ৬৯সংখ্যক বৰ্ষ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক