অসম

অসুস্থ পিতৃৰ ঔষধ আনিবলৈ গৈ উভতি অহাৰ পথত দীপক গুৰুঙৰ মৃত্যু

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

অসুস্থ পিতৃৰ ঔষধ আনিবলৈ চিলনীজানলৈ গৈ উভতি অহাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰঙাপৰাৰ দীপক গুৰুঙে।

২ / ৫

কাজিৰঙা, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাপৰাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত দীপক গুৰুঙে প্ৰাণ হেৰুৱাইছে।

৩ / ৫

জানিব পৰা মতে, অসুস্থ পিতৃৰ বাবে ঔষধ আনিবলৈ দীপক গুৰুঙ চিলনীজানলৈ গৈছিল।

৪ / ৫

ঔষধ লৈ ঘৰলৈ উভতি অহাৰ পথতে তেওঁ দুৰ্ঘটনাৰ সন্মুখীন হয়।

৫ / ৫

এই দুৰ্ঘটনাত দীপক গুৰুঙৰ মৃত্যু হয়।

অসুস্থ পিতৃৰ ঔষধ আনিবলৈ গৈ উভতি অহাৰ পথত দীপক গুৰুঙৰ মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক