আন্তঃৰাষ্ট্ৰীয়

শাৰ্জিল ইমাম প্ৰসংগত ইউএছচিআৰএফক ক্ৱাত্ৰাৰ তীব্ৰ সমালোচনা

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

শাৰ্জিল ইমামৰ আটক সন্দৰ্ভত ইউএছচিআৰএফে কৰা মন্তব্যক লৈ ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ বিচাৰ কৰাৰ আয়োগটোৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন…

২ / ৫

ৱাশ্বিংটন, ১৪ নৱেম্বৰ: শাৰ্জিল ইমামৰ আটক সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে কৰা এক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত…

৩ / ৫

এক্সত প্ৰকাশ কৰা এক প’ষ্টত ক্ৱাত্ৰাই কয়, ধৰ্মীয় স্বাধীনতা আৰু সকলো ধৰ্মৰ সমান অধিকাৰৰ প্ৰতি ভাৰতৰ সাংবিধানিক অংগীকাৰক আয়োগটোৰ পক্ষপাতদুষ্ট, অপৰ্যাপ্ত তথ্যভিত্তিক আৰু পূৰ্বধাৰণাপ্ৰসূত…

৪ / ৫

ইউএছচিআৰএফে সামাজিক মাধ্যমত ইমামৰ পৰিচয় প্ৰকাশ কৰি তেওঁ ধৰ্মীয় স্বাধীনতাৰ পোষকতাৰ বাবে আটক হোৱা বুলি উল্লেখ কৰাৰ পাছতে ক্ৱাত্ৰাই এই প্ৰতিক্ৰিয়া দিয়ে।

৫ / ৫

ইয়াৰ উত্তৰত ক্ৱাত্ৰাই কয় যে, ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰৰ ওপৰত বিচাৰ বহাৰ কোনো অধিকাৰ ইউএছচিআৰএফৰ নাই।

শাৰ্জিল ইমাম প্ৰসংগত ইউএছচিআৰএফক ক্ৱাত্ৰাৰ তীব্ৰ সমালোচনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক