অসম

সোণাপুৰত ট্ৰাকৰ তলত আৱদ্ধ পথচাৰী

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

সোণাপুৰত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াত বুধিৰাম বড়ো নামৰ এজন পথচাৰী ট্ৰাকৰ তলত আৱদ্ধ হয়।

২ / ৫

সোণাপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াত এজন পথচাৰী ট্ৰাকখনৰ তলত আৱদ্ধ হৈ পৰে।

৩ / ৫

আৱদ্ধ লোকজনক সোণাপুৰৰ বাৰুৱাৰীৰ বাসিন্দা বুধিৰাম বড়ো (৫৬) বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

ঘটনাৰ পাছতে স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে।

৫ / ৫

পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

সোণাপুৰত ট্ৰাকৰ তলত আৱদ্ধ পথচাৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক