দেশ

গান্ধী পৰিয়ালক লক্ষ্য কৰি প’ষ্ট: কংগনা ৰানাৱতৰ বিৰুদ্ধে এফআইআৰ ৰুজু

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত কৰা প’ষ্টক কেন্দ্ৰ কৰি চিমলাত বিজেপি সাংসদ কংগনা ৰানাৱতৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে।

২ / ৫

শিমলা, ১৩ নৱেম্বৰ: গান্ধী পৰিয়ালক লক্ষ্য কৰি সামাজিক মাধ্যমত কৰা এক প’ষ্টক কেন্দ্ৰ কৰি বিজেপি সাংসদ কংগনা ৰানাৱতৰ বিৰুদ্ধে হিমাচল প্ৰদেশ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

৩ / ৫

চিমলাৰ বাসিন্দা অৱসৰপ্ৰাপ্ত কেপ্টেইন অতুল শৰ্মাই দাখিল কৰা অভিযোগৰ ভিত্তিত শুকুৰবাৰে গোচৰটো ৰুজু কৰা হয়।

৪ / ৫

অভিযোগকাৰীগৰাকীয়ে কয় যে, প’ষ্টটোত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ‘ৰহস্যময় বিদেশী নাগৰিক’ বুলি উল্লেখ কৰা হৈছিল।

৫ / ৫

সঞ্জয় গান্ধীৰ মৃত্যুৰ পাছত মেনেকা গান্ধীয়ে পৰিয়ালৰ বাসভৱন এৰি যোৱাৰ কথাও প’ষ্টটোত উল্লেখ কৰা হৈছিল।

গান্ধী পৰিয়ালক লক্ষ্য কৰি প’ষ্ট: কংগনা ৰানাৱতৰ বিৰুদ্ধে এফআইআৰ ৰুজু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক