অসম

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰখনৰ মালিকক দুদিনৰ আৰক্ষী জিম্মা

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙাজানত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ মালিক অঞ্জিৰ আলীক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

২ / ৫

কাজিৰঙা, ১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ তদন্তত নতুন মোৰ।

৩ / ৫

আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ যান-বাহন আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।

৪ / ৫

ইফালে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ট্ৰেভেলাৰখনৰ চালক আৰু হেণ্ডিমেনৰ ভিচেৰা পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

৫ / ৫

গাড়ী চলাই থকা অৱস্থাত চালক আৰু হেণ্ডিমেনে কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল নেকি, সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যে এই পৰীক্ষা কৰা হ’ব।

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰখনৰ মালিকক দুদিনৰ আৰক্ষী জিম্মা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক