উত্তৰ-পূৰ্বাঞ্চল

ৱাংগালা উৎসৱত গিনিজ বিশ্ব অভিলেখ

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

মেঘালয়ৰ ৱাংগালা উৎসৱত ১,০০০ ঢোলবাদক আৰু ৩,০০০ নৃত্যশিল্পীৰ অংশগ্ৰহণে গিনিজ বিশ্ব অভিলেখ গঢ়িছে।

২ / ৫

চিব্ৰাগ্ৰে, ১৪ নৱেম্বৰ: মেঘালয়ৰ গাৰো হেৰিটেজ ভিলেজত অনুষ্ঠিত ১০০ ড্ৰামছ ৱাংগালা উৎসৱে গিনিজ বিশ্ব অভিলেখত স্থান লাভ কৰিছে।

৩ / ৫

তুৰাৰ সমীপৰ চিব্ৰাগ্ৰেত অনুষ্ঠিত গাৰো সংস্কৃতিৰ এই বাৰ্ষিক উৎসৱৰ সোণালী জয়ন্তী বৰ্ষত অভিলেখটো গঢ়া হয়।

৪ / ৫

সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতিমন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কয় যে, গাৰো পাহাৰ অঞ্চলক এক প্ৰধান পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰ মেঘালয় চৰকাৰৰ লগত কাম…

৫ / ৫

তেওঁ জনায় যে, ৱাংগালা উৎসৱৰ প্ৰচাৰে গাৰো সংস্কৃতিক অধিক লোকৰ মাজলৈ লৈ যাব আৰু স্থানীয় লোকৰ জীৱিকাৰ সুযোগ সৃষ্টি কৰিব।

ৱাংগালা উৎসৱত গিনিজ বিশ্ব অভিলেখ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক