দেশ

‘ইছলামৰ পৰা শিক্ষা লোৱা উচিত হিন্দুসকলে’—ইছলামৰ পৰা কি শিক্ষা ল'বলৈ হিন্দুসকলক ক'লে বিধায়ক ৰাজা ভাইয়াই ?

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

হিন্দুসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক ৰাজা ভাইয়াই।

২ / ৫

লক্ষ্ণৌ, ১৫ নৱেম্বৰ: হিন্দুসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক তথা জনসত্তা দল (লোকতান্ত্ৰিক)ৰ মুৰব্বী কুঁৱৰ ৰঘুৰাজ…

৩ / ৫

শনিবাৰে এক বাৰ্তালাপত হিন্দুসকলক একত্ৰিত কৰিব পৰা কোনো আদৰ্শ আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ইছলাম ধৰ্মৰ পৰা ঐক্যৰ শিক্ষা ল'ব লাগে।

৪ / ৫

ৰাজা ভাইয়াই কয়, বহু মুছলমান কংগ্ৰেছ, সমাজবাদী পাৰ্টী, আনকি বাওঁপন্থী দলতো আছে।

৫ / ৫

তেওঁৰ মতে, হিন্দুসকলে কোনো এটা ৰাজনৈতিক দলৰ পৰিসীমাৰ ভিতৰত নিজকে সীমাবদ্ধ কৰি ৰাখিব নালাগে।

‘ইছলামৰ পৰা শিক্ষা লোৱা উচিত হিন্দুসকলে’—ইছলামৰ পৰা কি শিক্ষা ল'বলৈ হিন্দুসকলক ক'লে বিধায়ক ৰাজা ভাইয়াই ?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক