ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ তৃতীয় সমিতিত মৃত্যুদণ্ডৰ ওপৰত বিশ্বজুৰি স্থগিতাদেশ জাৰি কৰাৰ প্ৰস্তাৱৰ বিপক্ষে ভোট দিলে ভাৰতে।
মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশ্বজুৰি স্থগিতাদেশ জাৰি কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত উত্থাপিত প্ৰস্তাৱৰ বিৰোধিতা কৰিছে ভাৰতে।
২০১৬, ২০১৮ আৰু ২০২৪ চনৰ পূৰ্বৰ অধিৱেশনসমূহতো ভাৰতে একে স্থিতি গ্ৰহণ কৰিছিল।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰ প্ৰথম সচিব ভাবিকা মংগলানন্দনে কয় যে, আন্তঃৰাষ্ট্ৰীয় নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় চুক্তিৰ ষষ্ঠ অনুচ্ছেদত নিৰ্দিষ্ট চৰ্তৰ অধীনত মৃত্যুদণ্ডৰ…
অভিযুক্তক নিৰ্দোষ বুলি ধৰি লোৱা, উচ্চতৰ আদালতৰ বাধ্যতামূলক অনুমোদন আৰু শাস্তি নিৰ্ধাৰণৰ সময়ত লাঘৱকাৰী পৰিস্থিতি বিবেচনাৰ দৰে সুৰক্ষামূলক ব্যৱস্থা ভাৰতত আছে বুলিও তেওঁ কয়।
newznow.in