অসম

বানপানীৰ বিপদাশংকা চিনাক্ত কৰিবলৈ অসমত আনা হ'ব নতুন আইন, বৈজ্ঞানিক পদ্ধতিৰে হ’ব ব্ৰহ্মপুত্ৰ-বৰাক অৱবাহিকাৰ মানচিত্ৰ প্ৰস্তুত

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাৰ বৈজ্ঞানিক মানচিত্ৰ প্ৰস্তুত কৰি বানপানীৰ বিপদাশংকাপ্ৰৱণ অঞ্চলত ভূমিৰ ব্যৱহাৰ আৰু নিৰ্মাণকাৰ্য নিয়ন্ত্ৰণৰ প্ৰস্তাৱ।

২ / ৫

গুৱাহাটী, ১৫ নৱেম্বৰ: অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা মোকাবিলা কৰাৰ লগতে পৰিকল্পিত উন্নয়নৰ লক্ষ্যৰে ‘অসম বানপানী সমভূমি অঞ্চল নিৰ্ধাৰণ বিধেয়ক, ২০২৬’ প্ৰস্তাৱ কৰা হৈছে।

৩ / ৫

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, প্ৰস্তাৱিত আইনখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাৰ বৈজ্ঞানিক মানচিত্ৰ প্ৰস্তুত কৰা হ’ব।

৪ / ৫

ইয়াৰ বাবে লাইডাৰ প্ৰযুক্তি আৰু উপগ্ৰহভিত্তিক মানচিত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

৫ / ৫

নদীৰ মূল সুঁতি আৰু সক্ৰিয় জলপ্ৰবাহৰ অঞ্চলত কোনো ধৰণৰ নিৰ্মাণকাৰ্যৰ অনুমতি দিয়া নহ’ব।

বানপানীৰ বিপদাশংকা চিনাক্ত কৰিবলৈ অসমত আনা হ'ব নতুন আইন, বৈজ্ঞানিক পদ্ধতিৰে হ’ব ব্ৰহ্মপুত্ৰ-বৰাক অৱবাহিকাৰ মানচিত্ৰ প্ৰস...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক