অসম

এটিএমৰ পৰা ওলাল ৫০০ টকীয়া জাল নোট, বেংকত জমা ধন সুৰক্ষিত নহয় নেকি?

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

পাঠশালাৰ ইউনিয়ন বেংকৰ এটিএমৰ পৰা ৫০০ টকীয়া জাল নোট লাভ কৰাৰ অভিযোগ তুলিছে কুকুৱা বাটাবাৰীৰ বাসিন্দা অতুল পাটগিৰিয়ে।

২ / ৫

পাঠশালা, ১৫ নৱেম্বৰ: এটিএমৰ পৰা ওলাল ৫০০ টকীয়া জাল নোট, বেংকত জমা ধন সুৰক্ষিত নহয় নেকি?

৩ / ৫

পাঠশালাৰ কুকুৱা বাটাবাৰীৰ বাসিন্দা অতুল পাটগিৰিয়ে বেংকটোৰ এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত জাল নোটখন লাভ কৰা বুলি অভিযোগ কৰিছে।

৪ / ৫

ঘটনাটোৰ উচিত তদন্ত কৰি প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী জনাইছে পাটগিৰিয়ে।

৫ / ৫

অৱশ্যে, নোটখন জাল হয় নে নহয়, সেয়া কোনো কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

এটিএমৰ পৰা ওলাল ৫০০ টকীয়া জাল নোট, বেংকত জমা ধন সুৰক্ষিত নহয় নেকি?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক