অসম

পৰিকল্পিত হত্যা নে আন কিবা? বাহনৰ ভিতৰতে উদ্ধাৰ চালকৰ মৃতদেহ

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

জাগীৰোডৰ মনহাতত পথৰ কাষৰ দ খাৱৈত পৰি থকা ছুইফ্ট বাহনৰ ভিতৰত চালক আশ্ৰাফুল ইছলামৰ মৃতদেহ উদ্ধাৰ হৈছে।

২ / ৫

জাগীৰোডৰ মনহাতত দেওবাৰে পুৱা পথৰ কাষৰ এটা দ খাৱৈত পৰি থকা নিজৰ ছুইফ্ট বাহনৰ ভিতৰত এজন চালকৰ মৃতদেহ উদ্ধাৰ হৈছে।

৩ / ৫

এএছ-০৪কে-৫০৫১ নম্বৰৰ বাহনখন খাৱৈত পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

৪ / ৫

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, শনিবাৰে বুৰাবুৰীৰ পৰা কেইবাজনো লোকে বাহনখন ভাড়ালৈ লৈ গুৱাহাটীলৈ গৈছিল।

৫ / ৫

সন্দেহ হোৱা লোকজনৰ ফোন নম্বৰ আৰু এখন ফটো আশ্ৰাফুলে তেওঁৰ পত্নীলৈ প্ৰেৰণ কৰিছিল বুলি পৰিয়ালৰ লোকে জনাইছে।

পৰিকল্পিত হত্যা নে আন কিবা? বাহনৰ ভিতৰতে উদ্ধাৰ চালকৰ মৃতদেহ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক