ৰঙাজানৰ পথ দুৰ্ঘটনাত আহত দুগৰাকীৰ স্বাস্থ্যৰ উন্নতি হোৱাত জেএমচিএইচৰ চিকিৎসকে তেওঁলোকক ঘৰলৈ উভতি যোৱাৰ অনুমতি দিছে।
১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ উন্নতি ঘটিছে।
চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি লাভ কৰাত আহত দুগৰাকীৰ পৰিয়ালৰ মাজত স্বস্তিৰ সৃষ্টি হৈছে।
ইফালে, এই দুৰ্ঘটনাত আহত আন ১৬ গৰাকী যাত্ৰী বৰ্তমানেও জেএমচিএইচত চিকিৎসাধীন হৈ আছে।
ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছিল।
newznow.in