আন্তঃৰাষ্ট্ৰীয়

মিয়ামি বিমানবন্দৰত দুই বিমানৰ সংঘৰ্ষ, আহত দুজন

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টেক্সিৱেত ইউপিএছৰ কাৰ্গো বিমান আৰু কোপা এয়াৰলাইনছৰ যাত্ৰীবাহী বিমানৰ সংঘৰ্ষত দুজন সামান্য আহত হৈছে।

২ / ৫

মিয়ামি, ১৫ নৱেম্বৰ: আমেৰিকাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টেক্সিৱেত চলাচল কৰি থকা অৱস্থাত ইউপিএছৰ এখন কাৰ্গো বিমান আৰু কোপা এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমানৰ মাজত সংঘৰ্ষ সংঘটিত হৈছে।

৩ / ৫

স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বাজি ১৫ মিনিটত বিমানবন্দৰখনৰ দুটা টেক্সিৱেৰ সংযোগস্থলীত সংঘৰ্ষটো হয়।

৪ / ৫

কোপা এয়াৰলাইনছৰ ব'য়িং ৭৩৭ বিমানখনৰ সন্মুখভাগত ইউপিএছৰ ব'য়িং ৭৬৭ কাৰ্গো বিমানখনৰ আগভাগত খুন্দা লাগে।

৫ / ৫

ইফালে, ইউপিএছৰ কাৰ্গো বিমানখনে কলম্বিয়াৰ ৰাজধানী বোগোটালৈ উৰা মৰাৰ প্ৰস্তুতি চলাই আছিল।

মিয়ামি বিমানবন্দৰত দুই বিমানৰ সংঘৰ্ষ, আহত দুজন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক