অসম

'কংগ্ৰেছৰ চৰিত্ৰ দুমুখীয়া, কংগ্ৰেছৰ দিনত SIR হ’লে কংগ্ৰেছে তাক ন্যায্যতা দিয়ে। আৰু বিজেপিয়ে SIR আনিলে বিৰোধ কৰে

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ কংগ্ৰেছৰ স্থিতিক দুমুখীয়া বুলি সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

২ / ৫

১৫ নৱেম্বৰ: ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ এছআইআৰক লৈ কংগ্ৰেছৰ বিৰোধিতাৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

৩ / ৫

দিলীপ শইকীয়াই কয়, কংগ্ৰেছৰ শাসনকালত এছআইআৰ হ'লে দলটোৱে তাক ন্যায্যতা দিয়ে।

৪ / ৫

এনআৰচিৰ প্ৰসংগও উত্থাপন কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছক এছআইআৰো নালাগে, এনআৰচিও নালাগে।

৫ / ৫

দিলীপ শইকীয়াই কয় যে দেশত এতিয়ালৈকে ১২ বাৰ SIR হৈছে আৰু ইয়াৰে ১০ বাৰেই কংগ্ৰেছৰ শাসনকালত হৈছিল।

'কংগ্ৰেছৰ চৰিত্ৰ দুমুখীয়া, কংগ্ৰেছৰ দিনত SIR হ’লে কংগ্ৰেছে তাক ন্যায্যতা দিয়ে। আৰু বিজেপিয়ে SIR আনিলে বিৰোধ কৰে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক