অসম

জাগীৰোডত একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম প্ৰতিষ্ঠা দিৱস পালন

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

জাগীৰোডৰ হাতীউঠা বৰনলনী পথাৰ শংকৰী কলা-কৃষ্টি কেন্দ্ৰৰ বৰ নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম প্ৰতিষ্ঠা দিৱস আৰু মহা পালনাম-কীৰ্তন অনুষ্ঠিত হয়।

২ / ৫

জাগীৰোড, ৩ নৱেম্বৰ: জাগীৰোডৰ হাতীউঠা বৰনলনী পথাৰ শংকৰী কলা-কৃষ্টি কেন্দ্ৰৰ বৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু মহা…

৩ / ৫

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অনুষ্ঠানটোৰ প্ৰথম দিনা ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱাৰ লগতে নামযজ্ঞ অনুষ্ঠিত হয়।

৪ / ৫

দ্বিতীয় দিনা ধৰ্মধ্বজা উত্তোলন, ভাগৱত পাঠ, নাম-প্ৰসংগ আৰু একশৰণ মহাপুৰুষীয়া সমাজৰ ‘ইতিবৃত্তি’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয়।

৫ / ৫

অন্তিম দিনা পুৱা মহা পালনামৰ সামৰণি আৰু ভাগৱত শোভাযাত্ৰাৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।

জাগীৰোডত একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম প্ৰতিষ্ঠা দিৱস পালন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক