দেশ

১৯২গৰাকী যাত্ৰী কঢ়িয়াই আনা পুনেৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ বিমানত কাৰিকৰী বিজুতি

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

পুনেৰ পৰা গুৱাহাটীলৈ আহি থকা ইণ্ডিগ'ৰ এখন বিমান উৰণৰ পিছতে কাৰিকৰী বিজুতিৰ বাবে ঘূৰাই অনা হয়।

২ / ৫

পুনে, ১৫ নৱেম্বৰ: পুনেৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হোৱা ইণ্ডিগ'ৰ এখন বিমানত উৰণৰ কিছু সময় পিছতে কাৰিকৰী বিজুতি ধৰা পৰে।

৩ / ৫

ইণ্ডিগ'ৰ ৬ই ০৬২৩ নম্বৰৰ বিমানখনত যাত্ৰী আৰু বিমানকৰ্মীসহ মুঠ ১৯২গৰাকী লোক আছিল।

৪ / ৫

পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি বিমানখন পুনেৰ বিমানবন্দৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হয়।

৫ / ৫

জৰুৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰ কৰ্তৃপক্ষই বিমান পৰিবহণ নিয়ন্ত্ৰণ কেন্দ্ৰ, ইণ্ডিগ' আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যোগাযোগ কৰে।

১৯২গৰাকী যাত্ৰী কঢ়িয়াই আনা পুনেৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ বিমানত কাৰিকৰী বিজুতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক