অসম

ডিমৰীয়াৰ ৬ সমষ্টি কৰ্তনৰ বিৰোধিতাত ১৮ সংগঠনৰ আইনী আৰু গণতান্ত্ৰিক আন্দোলনৰ সিদ্ধান্ত

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

তিৱা স্বায়ত্ব পৰিষদৰ ডিমৰীয়াৰ পূৰ্বৰ ৬টা সমষ্টি অক্ষুণ্ণ ৰাখি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে ১৮টা সংগঠনে।

২ / ৫

ডিমৰীয়া, ১৪ নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদৰ ডিমৰীয়াৰ ৬টা সমষ্টি কৰ্তনৰ প্ৰস্তাৱৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰখাৰ লগতে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে বৃহত্তৰ…

৩ / ৫

ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ আহ্বানত শনিবাৰে অনুষ্ঠিত নাগৰিক সভাত সংগঠনকেইটাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

৪ / ৫

সংগঠনসমূহে অভিযোগ কৰে যে উন্নয়নৰ নামত ডিমৰীয়াৰ জনজাতীয় বেল্ট আৰু ব্লকক গুৱাহাটী মহানগৰৰ সৈতে চামিল কৰাৰ প্ৰচেষ্টাই অঞ্চলটোৰ ভূমি, বনাঞ্চল আৰু স্থানীয় ৰাইজৰ অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

৫ / ৫

সংগঠনসমূহৰ দাবী, ২০০৫ চনৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সম্পৰ্কীয় সংশোধনী আইনৰ বিধান অনুসৰি ডিমৰীয়াৰ পূৰ্বৰ ৬টা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে।

ডিমৰীয়াৰ ৬ সমষ্টি কৰ্তনৰ বিৰোধিতাত ১৮ সংগঠনৰ আইনী আৰু গণতান্ত্ৰিক আন্দোলনৰ সিদ্ধান্ত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক