ৰাজনীতি

ছোনিয়া গান্ধীৰ কিতাপ কিনিবলৈ ১,২০০ টকা নাইঃ মুখ্যমন্ত্ৰী

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থখন এতিয়ালৈকে ক্ৰয় কৰা বা পঢ়া নাই বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

১৫ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থখন এতিয়ালৈকে ক্ৰয় কৰা নাই বা পঢ়া নাই বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

কোনোবাই গ্ৰন্থখন উপহাৰ দিলেও তেওঁ পঢ়িব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

৪ / ৫

তেওঁ লগতে জনায় যে, কিতাপখন তেওঁ এতিয়ালৈকে দেখা নাই।

৫ / ৫

ছোনিয়া গান্ধীৰ নতুন গ্ৰন্থক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।

ছোনিয়া গান্ধীৰ কিতাপ কিনিবলৈ ১,২০০ টকা নাইঃ মুখ্যমন্ত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক