অসম

হৃষীকেশ গোস্বামীলৈ ‘কথাৰত্ন’ বঁটা

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

পাঠশালাত গ্ৰীন মিছন বজালীৰ উদ্যোগত অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা সাহিত্যিক হৃষীকেশ গোস্বামীক ‘কথাৰত্ন’ বঁটা প্ৰদান কৰা হয়।

২ / ৫

পাঠশালা, ১৫ নৱেম্বৰ: অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামীক দেওবাৰে ‘কথাৰত্ন’ বঁটা প্ৰদান কৰা হয়।

৩ / ৫

সাহিত্য, ভাষা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গোস্বামীক বঁটাটোৰ বাবে নিৰ্বাচন কৰিছিল সংগঠনটোৱে।

৪ / ৫

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল।

৫ / ৫

প্ৰকৃতি সংৰক্ষণ, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু সমাজত সেউজীয়া পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰীন মিছন বজালীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

হৃষীকেশ গোস্বামীলৈ ‘কথাৰত্ন’ বঁটা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক