আন্তঃৰাষ্ট্ৰীয়

শ্বেখ হাছিনাৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তনক লৈ ভাৰতৰ দুটা চৰ্ত!

NewzNow · ১৫ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা চৰ্ত থাকিব পাৰে বুলি জানিব পৰা গৈছে।

২ / ৫

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা চৰ্ত থাকিব পাৰে বুলি জানিব পৰা গৈছে।

৩ / ৫

জানিব পৰা মতে, প্ৰথম চৰ্ত অনুসৰি হাছিনাক বাংলাদেশৰ সেনাবাহিনীয়ে নিজ দায়িত্বত ভাৰতৰ পৰা লৈ যাব লাগিব।

৪ / ৫

এইবাৰো বাংলাদেশে সামৰিক বিমান দিল্লীলৈ পঠিয়াই তেওঁক লৈ যাব পাৰে অথবা স্থল সীমান্তৰ কোনো নিৰ্দিষ্ট স্থানত সেনাবাহিনীৰ প্ৰতিনিধিয়ে তেওঁক গ্ৰহণ কৰিব পাৰে বুলি কোৱা হৈছে।

৫ / ৫

দ্বিতীয় চৰ্তটো হাছিনাৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰ সৈতে জড়িত।

শ্বেখ হাছিনাৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তনক লৈ ভাৰতৰ দুটা চৰ্ত!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক