শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বহু বানপীড়িত পৰিয়াল সাহায্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰি আন্দোলনৰ হুংকাৰ অখিল গগৈৰ।
চাৰি মাহ পাছতো বান সাহায্যৰ পৰা বঞ্চিত বহু পৰিয়াল!
১৯ জুলাইৰ বানৰ প্ৰায় চাৰি মাহ উকলি যোৱাৰ পাছতো শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু বানপীড়িত পৰিয়ালে চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল…
বানত ঘৰ-বাৰী, বিচনা, বাচন-বৰ্তনকে ধৰি ঘৰুৱা সা-সামগ্ৰী নষ্ট হোৱাৰ পাছতো বহু পৰিয়ালে প্ৰাপ্য সাহায্যৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে বুলি তেওঁ দাবী কৰে।
গগৈৰ অভিযোগ অনুসৰি, বানপীড়িতসকলৰ বাবে আগবঢ়োৱা ১৫ হাজাৰ টকাৰ সাহায্যৰ পৰা প্ৰায় ২০ শতাংশ লোক এতিয়াও বঞ্চিত হৈ আছে।
newznow.in