অসমৰ উচ্ছেদ অভিযানত মুছলমান লোকক বাছি বাছি লক্ষ্য কৰি লোৱা হৈছে বুলি দিল্লীত অভিযোগ উত্থাপন কৰিছে আমছুৱে।
নতুন দিল্লী, ১৫ নৱেম্বৰ: ৩০০ ঘৰৰ ১৭৩ ঘৰতহে উচ্ছেদ চলাইছে চৰকাৰে।১২৭ খন মানুহ মুছলমান নোহোৱাৰ বাবেই উচ্ছেদ নকৰিলে চৰকাৰে।কেৱল মুছলমানকেই কিয় বাছি বাছি অপবাদ দি উচ্ছেদ কৰিছে অসম চৰকাৰে।
আমছুৰ অভিযোগ, অসমত চৰকাৰে বাছি বাছি মুছলমান লোকৰ বাসগৃহ আৰু ভূমিত উচ্ছেদ অভিযান চলাইছে।
একে স্থানতে বিজেপিৰ কাৰ্যালয় থকাৰ পাছতো চৰকাৰে সেই কাৰ্যালয়ৰ বিৰুদ্ধে কোনো উচ্ছেদমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও সংগঠনটোৱে অভিযোগ কৰে।
সংবিধানে দিয়া মৌলিক অধিকাৰ মানৱ অধিকাৰ খৰ্ব কৰিছে মুছলমানৰ পৰা।
newznow.in