অসম

কপালত চকু, নাকবিহীন মুখমণ্ডল! ওদালগুৰিত অদ্ভুত আকৃতিৰ ছাগলী পোৱালিৰ জন্ম

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ওদালগুৰিৰ ধৰমজুলিত কপালত চকু থকা আৰু নাকবিহীন মুখমণ্ডলৰ এটা ছাগলী পোৱালিৰ জন্ম হৈছে।

২ / ৫

ভেৰগাঁও, ১৫ নৱেম্বৰ: ওদালগুৰি জিলাৰ ৰজাগড়ৰ ধৰমজুলিত এজনী ছাগলীয়ে অস্বাভাৱিক আকৃতিৰ পোৱালি জন্ম দিয়াক লৈ অঞ্চলটোত কৌতূহলৰ সৃষ্টি হৈছে।

৩ / ৫

ধৰমজুলিৰ যাদৱ দাসৰ ঘৰত ছাগলীজনীয়ে দুটা পোৱালি জন্ম দিছে।

৪ / ৫

পোৱালিটোৰ কপালত চকু, নাকবিহীন মুখমণ্ডল আৰু ফেঁচাৰ দৰে আকৃতি দেখা গৈছে।

৫ / ৫

অস্বাভাৱিক আকৃতিৰ পোৱালিটোক স্বচক্ষে চাবলৈ বহু লোকে যাদৱ দাসৰ বাসগৃহত ভিৰ কৰিছে।

কপালত চকু, নাকবিহীন মুখমণ্ডল! ওদালগুৰিত অদ্ভুত আকৃতিৰ ছাগলী পোৱালিৰ জন্ম

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক