অসম

জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত ছট পূজা উদযাপন

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত আদৰ্শ নৱযুৱক ছট পূজা উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়াকৈ ৪৪সংখ্যক ছট পূজা উৎসৱ উদযাপন কৰা হৈছে।

২ / ৫

জামুগুৰিহাট, ১৫ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটতো ছট পূজা উৎসৱ উদযাপন কৰা হৈছে।

৩ / ৫

পূজা উৎসৱত অঞ্চলটোৰ কেইবাশতাধিক বিহাৰী সম্প্ৰদায়ৰ ধৰ্মপ্ৰাণ লোক আৰু মহিলাই অংশগ্ৰহণ কৰিছে।

৪ / ৫

উদযাপন সমিতিয়ে জনোৱা মতে, ছট পূজা সূৰ্য দেৱতা আৰু উষা তথা ছটী মা বা ষষ্ঠী দেৱীৰ প্ৰতি উৎসৰ্গিত এক প্ৰাচীন হিন্দু লোকউৎসৱ আৰু বৈদিক পৰম্পৰা।

৫ / ৫

প্ৰতি বছৰে কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত পালন কৰা কাৰ্তিক ছট চাৰিদিনীয়া উৎসৱ।

জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত ছট পূজা উদযাপন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক