অসম

ৰূপাই চাইডিঙত কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সামৰণি, ৬২খন গ্ৰন্থ উন্মোচন

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ৰূপাই চাইডিঙত তিনিদিনীয়া কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সামৰণি পৰে।

২ / ৫

ৰূপাই চাইডিং: অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত তিনিদিনীয়া কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সামৰণি পৰে।

৩ / ৫

অসম সাহিত্য সভাৰ সৈতে তিনিচুকীয়া জিলা সাহিত্য সভাই সহযোগিতা আগবঢ়ায়।

৪ / ৫

অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ৰূপাই শতদল শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰকাশিত ৬২খন গ্ৰন্থ উন্মোচন কৰা হয়।

৫ / ৫

সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, কেন্দ্ৰীয় কুঁহি উপ-সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ হাজৰিকা আৰু আহ্বায়ক প্ৰশান্ত শইকীয়াকে ধৰি অসম সাহিত্য সভাৰ…

ৰূপাই চাইডিঙত কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ সামৰণি, ৬২খন গ্ৰন্থ উন্মোচন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক