NSG-ৰ প্ৰথম মহিলা কমাণ্ডো প্ৰশিক্ষণত শ্ৰেষ্ঠত্ব অৰ্জন নগাঁও জিলাৰ জুৰীয়াৰ দগাঁৱৰ ছাবিনা ইয়াছমিনৰ!
সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ এবাৰ উজলি উঠিল অসমৰ নাম।
এইবাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী চমুকৈ NSG-ৰ কঠোৰ কমাণ্ডো প্ৰশিক্ষণত অসম তথা নগাঁও জিলাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে জুৰীয়াৰ দগাঁৱৰ জীয়ৰী ছাবিনা ইয়াছমিনে।
দেশৰ বিভিন্ন প্ৰান্তৰ ২৭০ গৰাকী মহিলা আৰক্ষী কৰ্মীৰ মাজত শীৰ্ষস্থান দখল কৰি ছাবিনাই লাভ কৰিছে দুটাকৈ গুৰুত্বপূৰ্ণ সন্মান।ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী বাহিনী অৰ্থাৎ NSG-ৰ প্ৰথমটো মহিলা কমাণ্ডো…
সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ২৭০ গৰাকী নিৰ্বাচিত মহিলা আৰক্ষী কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানমূলক প্ৰশিক্ষণত ছাবিনা ইয়াছমিনে সকলোকে চেৰ পেলাই ‘Best Overall Trainee’ আৰু ‘Best…
newznow.in