দেশ

পশ্চিমবংগত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত নিহত ৰতন শ্বেখ

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

বীৰভূমত আগ্নেয়াস্ত্ৰ উদ্ধাৰৰ সময়ত আৰক্ষীৰ দললৈ গুলীচালনা কৰাৰ অভিযোগত ৰতন শ্বেখ আৰক্ষীৰ প্ৰত্যুত্তৰী গুলীচালনাত নিহত হয়।

২ / ৫

বীৰভূম, ১৫ নৱেম্বৰ: পশ্চিমবংগৰ বীৰভূম জিলাত আৰক্ষীৰ গুলীত ৰতন শ্বেখ নামৰ এজন লোক নিহত হৈছে।

৩ / ৫

শুকুৰবাৰে বীৰভূমত ৰতন শ্বেখক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে শান্তিনিকেতন আৰক্ষী থানাৰ এজন কনিষ্টেবলৰ ভৰিত গুলী লাগিছিল।

৪ / ৫

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বীৰভূম আৰক্ষীয়ে পিছত ৰতন শ্বেখক গ্ৰেপ্তাৰ কৰে।

৫ / ৫

আগ্নেয়াস্ত্ৰ উদ্ধাৰৰ বাবে নানুৰ আৰক্ষী থানাৰ অন্তৰ্গত উচকৰণ বোল্ড ব্ৰিক ফিল্ডলৈ নিয়াৰ সময়ত ৰতন শ্বেখে আৰক্ষীৰ দললৈ পুনৰ গুলীচালনা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

পশ্চিমবংগত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত নিহত ৰতন শ্বেখ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক