অসম

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কেচা চাহপাত কঢ়িওৱা গাড়ী তালাচী:

২ / ৫

কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী।

৩ / ৫

কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সষ্টম হৈ পৰিছে ডিগবৈ আৰক্ষী।

৪ / ৫

আজিৰ পৰা কেঁচা চাহপাত কঢ়িওৱা প্ৰতিখন বাহন পৰীক্ষা কৰিছে আৰক্ষীয়ে।

৫ / ৫

উল্লেখ্য যে, ডিগবৈ চহৰৰ মাজেৰে তীব্ৰ বেগত চলাচল কৰা কেঁচা চাহপাত কঢ়িওৱা সৰু-বৰ বাহনৰ বাবে দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে পথচাৰী।

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক