গুৱাহাটী পৌৰ নিগমে ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনাদায় কৰ সংগ্ৰহৰ বিশেষ অভিযান চলাব।
গুৱাহাটী, ১৬ নৱেম্বৰ: ১০ ডিচেম্বৰ আগতেই পৰিশোধ কৰক অনাদায় কৰ, অন্যথা ভৰিব লগা হ'ব পাৰে জৰিমনা-ঘোষণা মেয়ৰ মৃগেণ শৰণীয়াৰ ।
যধে-মধে জাৱৰ পেলোৱা, একক ব্যৱহাৰযোগ্য প্লাষ্টিক (Single-use plastic) ব্যৱহাৰ আৰু অনাদায় কৰক লৈ এতিয়া অতিশয় কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম।
বকেয়া কৰ সংগ্ৰহৰ বাবে কঠোৰ হ’ব গুৱাহাটী পৌৰ নিগম।
স্বচ্ছ আৰু বিকশিত গুৱাহাটী গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰা ‘শত দিন, শত অভিযান’ শীৰ্ষক ১০০ দিনীয়া বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে।
newznow.in