ব্ৰাদাৰ্ছ ইউনাইটেডক পৰাস্ত কৰি ডিমৰীয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ চেম্পিয়ন হৈছে বি এম বয়ছ।
ডিমৰীয়া: ডিমৰীয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ চেম্পিয়ন খিতাপ দখল কৰিছে বি এম বয়ছে।
আই পি এলৰ আৰ্হিত অনুষ্ঠিত প্ৰতিযোগিতাখনত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছিল।
বিজয়ী দল বি এম বয়ছে নগদ ১ লাখ ২০ হাজাৰ টকা লাভ কৰে।
ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বি এম বয়ছৰ খেমৰাজ পৌডেলে।
newznow.in