অসম

কাজিৰঙাৰ ৰঙাজান দুৰ্ঘটনা: গোলাঘাটৰ ৬ পৰিবহণ বিষয়া নিলম্বিত

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

কাজিৰঙাৰ সমীপৰ ৰঙাজানত ২৬জনৰ প্ৰাণ লোৱা পথ দুৰ্ঘটনাৰ পাছত গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ ছয়জন বিষয়াক নিলম্বন কৰা হৈছে।

২ / ৫

কাজিৰঙাৰ সমীপৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ২৬জনৰ মৃত্যু হোৱাৰ পাছত গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ ছয়জন বিষয়াক নিলম্বন কৰা হৈছে।

৩ / ৫

নিলম্বিত বিষয়াকেইগৰাকীৰ ভিতৰত চাৰিগৰাকী এনফৰ্চমেণ্ট চেকাৰ আৰু দুগৰাকী সহকাৰী এনফৰ্চমেণ্ট বিষয়া আছে।

৪ / ৫

উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কঁহৰা বনাঞ্চলৰ অন্তৰ্গত ৰঙাজানত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল।

৫ / ৫

নিলম্বিত বিষয়াসকলৰ ভিতৰত চাৰিজন এনফৰ্চমেণ্ট চেকাৰ আৰু দুজন সহকাৰী এনফৰ্চমেণ্ট চেকাৰ আছে।

কাজিৰঙাৰ ৰঙাজান দুৰ্ঘটনা: গোলাঘাটৰ ৬ পৰিবহণ বিষয়া নিলম্বিত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক