অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী বাহন ,আঘাতপ্ৰাপ্ত ২১ জনকৈ লোক

NewzNow · ১৬ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

চৰাইদেউৰ বৰহাটত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী কঢ়িয়াই নিয়া টাটা এচি বাহনখন বৈদ্যুতিক খুঁটাত খুন্দা মাৰে।

২ / ৫

বৰহাট, ১৬ নৱেম্বৰ: ৰঙাজান ট্ৰেজেডীৰ চাঞ্চল্য় মাৰ নৌযাওতেই এইবাৰ আন এক শোকাবহ দুৰ্ঘটনাতপতিত বিবাহযাত্ৰীৰ বাহন

৩ / ৫

চৰাইদেউ জিলাৰ বৰহাট অঞ্চলত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন টাটা এচি বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ২১জন লোক আহত হৈছে।

৪ / ৫

আহতসকলৰ ভিতৰত ১৬জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

৫ / ৫

সামগ্ৰী কঢ়িওৱা বাহনখনৰ খোলা অংশত বিবাহযাত্ৰীসকলে যাত্ৰা কৰি আছিল।

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী বাহন ,আঘাতপ্ৰাপ্ত ২১ জনকৈ লোক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক